অসমীয়া পৰিভাষা


শব্দ দিয়কঃ (ইংৰাজী/অসমীয়া)
বৰ্ণানুক্ৰমিক সন্ধান

English
Assamese
A   B   C    D   E    F   G   H   I   J   K   L   M   N   O   P   Q    R   S   T    U   V   W    X   Y   Z

ফেচবুকৰ 'অসমীয়াত কথা-বতৰা' আৰু 'অসমীয়া ৱিকি সমাজ' গোটৰ কিছু সদস্যৰ স্বেচ্ছামূলক অৱদানৰ দ্বাৰা অসমৰ প্ৰশাসনীয় পৰিভাষা আৰু অসম বিজ্ঞান সমিতিৰ দ্বাৰা প্ৰকাশিত বৈজ্ঞানিক পৰিভাষাৰ সমূহ শব্দ ইউনিকোডত লিপিবদ্ধ কৰা হৈছিল। এই ৱেবছাইটত সেই লিপিবদ্ধ কৰা পৰিভাষাসমূহ ছাৰ্ছ কৰি সহজে বিচাৰিব পৰাকৈ ৰখা হৈছে। অনুগ্ৰহ কৰি মন কৰিব, বানান আদিৰ পৰীক্ষা এতিয়াও চলি আছেই।

সন্ধানৰ ফলাফল
<<   2   3   4   5   6   7   8   >>
ইংৰাজীঅসমীয়া প্ৰতিশব্দতথ্য উৎসইউনিকোড লিখন
   Ticket Checker      পত্ৰক নিৰীক্ষক, টিকট নিৰীক্ষক      অসম চৰকাৰৰ প্ৰশাসনীয় পৰিভাষা - 1         দিগন্ত কুমাৰ ভট্টাচাৰ্য   
   Ticket Collector      পত্ৰক সংগ্ৰাহক, টিকট সংগ্ৰাহক      অসম চৰকাৰৰ প্ৰশাসনীয় পৰিভাষা - 1         দিগন্ত কুমাৰ ভট্টাচাৰ্য   
   Ticket Examiner      পত্ৰ পৰীক্ষক, টিকট পৰীক্ষক      অসম চৰকাৰৰ প্ৰশাসনীয় পৰিভাষা - 1         দিগন্ত কুমাৰ ভট্টাচাৰ্য   
   Ticket Entrance      প্ৰৱেশ পত্ৰক, প্ৰৱেশ টিকট      অসম চৰকাৰৰ প্ৰশাসনীয় পৰিভাষা - 1         দিগন্ত কুমাৰ ভট্টাচাৰ্য   
   Ticket printing type machine      টিকট ছপোৱা মুদ্ৰা যন্ত্ৰ       অসম চৰকাৰৰ প্ৰশাসনীয় পৰিভাষা - 1         দিগন্ত কুমাৰ ভট্টাচাৰ্য   
   Tidiness of the office      কাৰ্য্যালয় আটোম টোকাৰিকৈ ৰখা      অসম চৰকাৰৰ প্ৰশাসনীয় পৰিভাষা - 1         দিগন্ত কুমাৰ ভট্টাচাৰ্য   
   Tiffin      জলপান      অসম চৰকাৰৰ প্ৰশাসনীয় পৰিভাষা - 1         দিগন্ত কুমাৰ ভট্টাচাৰ্য   
   Tin plating      টিনৰ প্লেট লগোৱা      অসম চৰকাৰৰ প্ৰশাসনীয় পৰিভাষা - 1         দিগন্ত কুমাৰ ভট্টাচাৰ্য   
   Time barred      কালাতিবাহিত, তামাদি      অসম চৰকাৰৰ প্ৰশাসনীয় পৰিভাষা - 1         দিগন্ত কুমাৰ ভট্টাচাৰ্য   
   Time factor      সময়ৰ প্ৰশ্ন      অসম চৰকাৰৰ প্ৰশাসনীয় পৰিভাষা - 1         দিগন্ত কুমাৰ ভট্টাচাৰ্য   
   Time Keeper      সময়ৰ হিচাপৰ মহৰী      অসম চৰকাৰৰ প্ৰশাসনীয় পৰিভাষা - 1         দিগন্ত কুমাৰ ভট্টাচাৰ্য   
   Time limit      সময় সীমা, কালসীমা      অসম চৰকাৰৰ প্ৰশাসনীয় পৰিভাষা - 1         দিগন্ত কুমাৰ ভট্টাচাৰ্য   
   Time Scale      সময় শ্ৰেণী, সময় ক্ৰম      অসম চৰকাৰৰ প্ৰশাসনীয় পৰিভাষা - 1         দিগন্ত কুমাৰ ভট্টাচাৰ্য   
   Time Scale of pay      বেতনৰ সময়, ৰেণী বেতন ক্ৰম      অসম চৰকাৰৰ প্ৰশাসনীয় পৰিভাষা - 1         দিগন্ত কুমাৰ ভট্টাচাৰ্য   
   Time table      সময় তালিকা      অসম চৰকাৰৰ প্ৰশাসনীয় পৰিভাষা - 1         দিগন্ত কুমাৰ ভট্টাচাৰ্য   
   Title      স্বত্ব (law), নাম, উপাধি      অসম চৰকাৰৰ প্ৰশাসনীয় পৰিভাষা - 1         দিগন্ত কুমাৰ ভট্টাচাৰ্য   
   Title deeds      স্বত্ব বিলেখ, দলিল      অসম চৰকাৰৰ প্ৰশাসনীয় পৰিভাষা - 1         দিগন্ত কুমাৰ ভট্টাচাৰ্য   
   Title head      নামশীৰ্ষ      অসম চৰকাৰৰ প্ৰশাসনীয় পৰিভাষা - 1         দিগন্ত কুমাৰ ভট্টাচাৰ্য   
   Title page      নামপাত (কিতাপৰ)      অসম চৰকাৰৰ প্ৰশাসনীয় পৰিভাষা - 1         দিগন্ত কুমাৰ ভট্টাচাৰ্য   
   Tobacco      ধঁপাত      অসম চৰকাৰৰ প্ৰশাসনীয় পৰিভাষা - 1         দিগন্ত কুমাৰ ভট্টাচাৰ্য   
   Token      প্ৰতীক      অসম চৰকাৰৰ প্ৰশাসনীয় পৰিভাষা - 1         দিগন্ত কুমাৰ ভট্টাচাৰ্য   
   Token coin      প্ৰতীক মুদ্ৰা      অসম চৰকাৰৰ প্ৰশাসনীয় পৰিভাষা - 1         দিগন্ত কুমাৰ ভট্টাচাৰ্য   
   Tolerance      সহন, মাৰ্জনা      অসম চৰকাৰৰ প্ৰশাসনীয় পৰিভাষা - 1         দিগন্ত কুমাৰ ভট্টাচাৰ্য   
   Toll      উপশুল্ক, পথকৰ      অসম চৰকাৰৰ প্ৰশাসনীয় পৰিভাষা - 1         দিগন্ত কুমাৰ ভট্টাচাৰ্য   
   Toll Gate      পথকৰ লোৱা দুৱাৰ      অসম চৰকাৰৰ প্ৰশাসনীয় পৰিভাষা - 1         দিগন্ত কুমাৰ ভট্টাচাৰ্য   

<<   2   3   4   5   6   7   8   >>