অসমীয়া পৰিভাষা


শব্দ দিয়কঃ (ইংৰাজী/অসমীয়া)
বৰ্ণানুক্ৰমিক সন্ধান

English
Assamese
A   B   C    D   E    F   G   H   I   J   K   L   M   N   O   P   Q    R   S   T    U   V   W    X   Y   Z

ফেচবুকৰ 'অসমীয়াত কথা-বতৰা' আৰু 'অসমীয়া ৱিকি সমাজ' গোটৰ কিছু সদস্যৰ স্বেচ্ছামূলক অৱদানৰ দ্বাৰা অসমৰ প্ৰশাসনীয় পৰিভাষা আৰু অসম বিজ্ঞান সমিতিৰ দ্বাৰা প্ৰকাশিত বৈজ্ঞানিক পৰিভাষাৰ সমূহ শব্দ ইউনিকোডত লিপিবদ্ধ কৰা হৈছিল। এই ৱেবছাইটত সেই লিপিবদ্ধ কৰা পৰিভাষাসমূহ ছাৰ্ছ কৰি সহজে বিচাৰিব পৰাকৈ ৰখা হৈছে। অনুগ্ৰহ কৰি মন কৰিব, বানান আদিৰ পৰীক্ষা এতিয়াও চলি আছেই।

সন্ধানৰ ফলাফল
1   2   3   4   5   6   7   >>
ইংৰাজীঅসমীয়া প্ৰতিশব্দতথ্য উৎসইউনিকোড লিখন
   Territory of India       ভাৰতৰ ৰাষ্ট্ৰক্ষেত্ৰ      অসম চৰকাৰৰ প্ৰশাসনীয় পৰিভাষা - 1         দিগন্ত কুমাৰ ভট্টাচাৰ্য   
   Test Relief Work      পৰীক্ষামূলক সাহায্য      অসম চৰকাৰৰ প্ৰশাসনীয় পৰিভাষা - 1         দিগন্ত কুমাৰ ভট্টাচাৰ্য   
   Testicles      অণ্ডকোষ      অসম চৰকাৰৰ প্ৰশাসনীয় পৰিভাষা - 1         দিগন্ত কুমাৰ ভট্টাচাৰ্য   
   Testify      প্ৰমাণিত      অসম চৰকাৰৰ প্ৰশাসনীয় পৰিভাষা - 1         দিগন্ত কুমাৰ ভট্টাচাৰ্য   
   Testimonial      প্ৰশংসাপত্ৰ, ৰমাণ      অসম চৰকাৰৰ প্ৰশাসনীয় পৰিভাষা - 1         দিগন্ত কুমাৰ ভট্টাচাৰ্য   
   Testimony      সাক্ষ্য, ৰমাণ      অসম চৰকাৰৰ প্ৰশাসনীয় পৰিভাষা - 1         দিগন্ত কুমাৰ ভট্টাচাৰ্য   
   Text      মূল, মূল পাঠ      অসম চৰকাৰৰ প্ৰশাসনীয় পৰিভাষা - 1         দিগন্ত কুমাৰ ভট্টাচাৰ্য   
   Text Book Committee      পাঠ্যপুথি বছা সমিতি      অসম চৰকাৰৰ প্ৰশাসনীয় পৰিভাষা - 1         দিগন্ত কুমাৰ ভট্টাচাৰ্য   
   Textile Control Board      যন্ত্ৰ নিয়ন্ত্ৰণ মণ্ডল      অসম চৰকাৰৰ প্ৰশাসনীয় পৰিভাষা - 1         দিগন্ত কুমাৰ ভট্টাচাৰ্য   
   Textile Industry      বস্ত্ৰ উদ্যোগ      অসম চৰকাৰৰ প্ৰশাসনীয় পৰিভাষা - 1         দিগন্ত কুমাৰ ভট্টাচাৰ্য   
   Theatre      অভিনয় মঞ্চ, মঞ্চ      অসম চৰকাৰৰ প্ৰশাসনীয় পৰিভাষা - 1         দিগন্ত কুমাৰ ভট্টাচাৰ্য   
   Theatres and Dramatic Performance      অভিনয় আৰু নাট্যানুষ্ঠান      অসম চৰকাৰৰ প্ৰশাসনীয় পৰিভাষা - 1         দিগন্ত কুমাৰ ভট্টাচাৰ্য   
   Theft      চৌৰ্য্য, চুৰি      অসম চৰকাৰৰ প্ৰশাসনীয় পৰিভাষা - 1         দিগন্ত কুমাৰ ভট্টাচাৰ্য   
   Theodolite      থিঅ'ডলাইট      অসম চৰকাৰৰ প্ৰশাসনীয় পৰিভাষা - 1         দিগন্ত কুমাৰ ভট্টাচাৰ্য   
   Theory      তথ্য, তত্ত্ব, সিদ্ধান্ত      অসম চৰকাৰৰ প্ৰশাসনীয় পৰিভাষা - 1         দিগন্ত কুমাৰ ভট্টাচাৰ্য   
   Theoritical      সৈদ্ধান্তিক, তাত্ত্বিক      অসম চৰকাৰৰ প্ৰশাসনীয় পৰিভাষা - 1         দিগন্ত কুমাৰ ভট্টাচাৰ্য   
   Thermal Plant      তাপশক্তিজনিত      অসম চৰকাৰৰ প্ৰশাসনীয় পৰিভাষা - 1         দিগন্ত কুমাৰ ভট্টাচাৰ্য   
   Thermometer      তাপমান যন্ত্ৰ      অসম চৰকাৰৰ প্ৰশাসনীয় পৰিভাষা - 1         দিগন্ত কুমাৰ ভট্টাচাৰ্য   
   Thief      চোৰ      অসম চৰকাৰৰ প্ৰশাসনীয় পৰিভাষা - 1         দিগন্ত কুমাৰ ভট্টাচাৰ্য   
   Third Party      তৃতীয় পক্ষ      অসম চৰকাৰৰ প্ৰশাসনীয় পৰিভাষা - 1         দিগন্ত কুমাৰ ভট্টাচাৰ্য   
   Thread worm      সূতাপেলু, পিতপেলু      অসম চৰকাৰৰ প্ৰশাসনীয় পৰিভাষা - 1         দিগন্ত কুমাৰ ভট্টাচাৰ্য   
   Threatening      ভীতি-প্ৰদৰ্শন      অসম চৰকাৰৰ প্ৰশাসনীয় পৰিভাষা - 1         দিগন্ত কুমাৰ ভট্টাচাৰ্য   
   Threat      ভীতি, ভীতি প্ৰদৰ্শন      অসম চৰকাৰৰ প্ৰশাসনীয় পৰিভাষা - 1         দিগন্ত কুমাৰ ভট্টাচাৰ্য   
   Thumb Impression      টিপচহী      অসম চৰকাৰৰ প্ৰশাসনীয় পৰিভাষা - 1         দিগন্ত কুমাৰ ভট্টাচাৰ্য   
   Ticket      পত্ৰক, টিকট      অসম চৰকাৰৰ প্ৰশাসনীয় পৰিভাষা - 1         দিগন্ত কুমাৰ ভট্টাচাৰ্য   

1   2   3   4   5   6   7   >>