অসমীয়া পৰিভাষা


শব্দ দিয়কঃ (ইংৰাজী/অসমীয়া)
বৰ্ণানুক্ৰমিক সন্ধান

English
Assamese
A   B   C    D   E    F   G   H   I   J   K   L   M   N   O   P   Q    R   S   T    U   V   W    X   Y   Z

ফেচবুকৰ 'অসমীয়াত কথা-বতৰা' আৰু 'অসমীয়া ৱিকি সমাজ' গোটৰ কিছু সদস্যৰ স্বেচ্ছামূলক অৱদানৰ দ্বাৰা অসমৰ প্ৰশাসনীয় পৰিভাষা আৰু অসম বিজ্ঞান সমিতিৰ দ্বাৰা প্ৰকাশিত বৈজ্ঞানিক পৰিভাষাৰ সমূহ শব্দ ইউনিকোডত লিপিবদ্ধ কৰা হৈছিল। এই ৱেবছাইটত সেই লিপিবদ্ধ কৰা পৰিভাষাসমূহ ছাৰ্ছ কৰি সহজে বিচাৰিব পৰাকৈ ৰখা হৈছে। অনুগ্ৰহ কৰি মন কৰিব, বানান আদিৰ পৰীক্ষা এতিয়াও চলি আছেই।

সন্ধানৰ ফলাফল
1   2   3   4   5   6   >>
ইংৰাজীঅসমীয়া প্ৰতিশব্দতথ্য উৎসইউনিকোড লিখন
   Supply      যোগান      অসম চৰকাৰৰ প্ৰশাসনীয় পৰিভাষা - 1         দিগন্ত কুমাৰ ভট্টাচাৰ্য   
   Suppression Veri      সত্য গোপল      অসম চৰকাৰৰ প্ৰশাসনীয় পৰিভাষা - 1         দিগন্ত কুমাৰ ভট্টাচাৰ্য   
   Suppression      দমন, গোপন      অসম চৰকাৰৰ প্ৰশাসনীয় পৰিভাষা - 1         দিগন্ত কুমাৰ ভট্টাচাৰ্য   
   Supreme Court      উচ্চতম ন্যায়ালয়      অসম চৰকাৰৰ প্ৰশাসনীয় পৰিভাষা - 1         দিগন্ত কুমাৰ ভট্টাচাৰ্য   
   Supreme Court Judge      উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ      অসম চৰকাৰৰ প্ৰশাসনীয় পৰিভাষা - 1         দিগন্ত কুমাৰ ভট্টাচাৰ্য   
   Supreme Command      সৰ্বাধিনায়কত্ব      অসম চৰকাৰৰ প্ৰশাসনীয় পৰিভাষা - 1         দিগন্ত কুমাৰ ভট্টাচাৰ্য   
   Surcharge      ওপৰঞ্চি কৰ      অসম চৰকাৰৰ প্ৰশাসনীয় পৰিভাষা - 1         দিগন্ত কুমাৰ ভট্টাচাৰ্য   
   Surety      জামিন, জামিনদাৰ , জমানত      অসম চৰকাৰৰ প্ৰশাসনীয় পৰিভাষা - 1         দিগন্ত কুমাৰ ভট্টাচাৰ্য   
   Surgery      শল্য চিকিৎসক, অস্ত্ৰ-চিকিৎসা      অসম চৰকাৰৰ প্ৰশাসনীয় পৰিভাষা - 1         দিগন্ত কুমাৰ ভট্টাচাৰ্য   
   Surgeon      শল্য চিকিৎসক, অস্ত্ৰ চিকিৎসক, চিকিৎসক      অসম চৰকাৰৰ প্ৰশাসনীয় পৰিভাষা - 1         দিগন্ত কুমাৰ ভট্টাচাৰ্য   
   Surgeon Superintendent      শল্য চিকিৎসা অধীক্ষক      অসম চৰকাৰৰ প্ৰশাসনীয় পৰিভাষা - 1         দিগন্ত কুমাৰ ভট্টাচাৰ্য   
   Surplus      অধিক্য, অতিৰেক, ৰাহি      অসম চৰকাৰৰ প্ৰশাসনীয় পৰিভাষা - 1         দিগন্ত কুমাৰ ভট্টাচাৰ্য   
   Surplus budget      ৰাহি বাজেট, ৰাহি আয় ব্যয়ক      অসম চৰকাৰৰ প্ৰশাসনীয় পৰিভাষা - 1         দিগন্ত কুমাৰ ভট্টাচাৰ্য   
   Surplus stock      ৰাহি সম্ভাৰ      অসম চৰকাৰৰ প্ৰশাসনীয় পৰিভাষা - 1         দিগন্ত কুমাৰ ভট্টাচাৰ্য   
   Surrender      সমৰ্পণ, সমৰ্পণ কৰ      অসম চৰকাৰৰ প্ৰশাসনীয় পৰিভাষা - 1         দিগন্ত কুমাৰ ভট্টাচাৰ্য   
   Surrender of funds      নিধি-সমৰ্পণ      অসম চৰকাৰৰ প্ৰশাসনীয় পৰিভাষা - 1         দিগন্ত কুমাৰ ভট্টাচাৰ্য   
   Survey (SUR)      ভূ-মাপন, জৰীপ, পিয়ল      অসম চৰকাৰৰ প্ৰশাসনীয় পৰিভাষা - 1         দিগন্ত কুমাৰ ভট্টাচাৰ্য   
   Survey pillar      ভূমিতি স্তম্ভ, জৰিপদ খুঁটা      অসম চৰকাৰৰ প্ৰশাসনীয় পৰিভাষা - 1         দিগন্ত কুমাৰ ভট্টাচাৰ্য   
   Survey field Marks      ভূমিতি ক্ষেত্ৰ চিহ্ন      অসম চৰকাৰৰ প্ৰশাসনীয় পৰিভাষা - 1         দিগন্ত কুমাৰ ভট্টাচাৰ্য   
   Surveying Chains      জৰীপ শিকলি      অসম চৰকাৰৰ প্ৰশাসনীয় পৰিভাষা - 1         দিগন্ত কুমাৰ ভট্টাচাৰ্য   
   Surveyor      ভূ-মাপক      অসম চৰকাৰৰ প্ৰশাসনীয় পৰিভাষা - 1         দিগন্ত কুমাৰ ভট্টাচাৰ্য   
   Suspect      সন্দেহক , সন্দেহ , সন্দেহযুক্ত ব্যক্তি, চোভা কৰা      অসম চৰকাৰৰ প্ৰশাসনীয় পৰিভাষা - 1         দিগন্ত কুমাৰ ভট্টাচাৰ্য   
   Suspend      নিলম্বন , স্থগন , বন্ধ, সাময়িক বৰ্খাস্ত      অসম চৰকাৰৰ প্ৰশাসনীয় পৰিভাষা - 1         দিগন্ত কুমাৰ ভট্টাচাৰ্য   
   Suspense Assount      স্থগিত হিচাপ      অসম চৰকাৰৰ প্ৰশাসনীয় পৰিভাষা - 1         দিগন্ত কুমাৰ ভট্টাচাৰ্য   
   Suspended      নিলম্বিত, সাময়িকভাৱে বৰ্খাস্ত      অসম চৰকাৰৰ প্ৰশাসনীয় পৰিভাষা - 1         দিগন্ত কুমাৰ ভট্টাচাৰ্য   

1   2   3   4   5   6   >>