অসমীয়া পৰিভাষা


শব্দ দিয়কঃ (ইংৰাজী/অসমীয়া)
বৰ্ণানুক্ৰমিক সন্ধান

English
Assamese
A   B   C    D   E    F   G   H   I   J   K   L   M   N   O   P   Q    R   S   T    U   V   W    X   Y   Z

ফেচবুকৰ 'অসমীয়াত কথা-বতৰা' আৰু 'অসমীয়া ৱিকি সমাজ' গোটৰ কিছু সদস্যৰ স্বেচ্ছামূলক অৱদানৰ দ্বাৰা অসমৰ প্ৰশাসনীয় পৰিভাষা আৰু অসম বিজ্ঞান সমিতিৰ দ্বাৰা প্ৰকাশিত বৈজ্ঞানিক পৰিভাষাৰ সমূহ শব্দ ইউনিকোডত লিপিবদ্ধ কৰা হৈছিল। এই ৱেবছাইটত সেই লিপিবদ্ধ কৰা পৰিভাষাসমূহ ছাৰ্ছ কৰি সহজে বিচাৰিব পৰাকৈ ৰখা হৈছে। অনুগ্ৰহ কৰি মন কৰিব, বানান আদিৰ পৰীক্ষা এতিয়াও চলি আছেই।

সন্ধানৰ ফলাফল
1   2   3   4   5   >>
ইংৰাজীঅসমীয়া প্ৰতিশব্দতথ্য উৎসইউনিকোড লিখন
   Suit      মোকৰ্দমা, বাদ নালিচ      অসম চৰকাৰৰ প্ৰশাসনীয় পৰিভাষা - 1         দিগন্ত কুমাৰ ভট্টাচাৰ্য   
   Sulphur      গন্ধক      অসম চৰকাৰৰ প্ৰশাসনীয় পৰিভাষা - 1         দিগন্ত কুমাৰ ভট্টাচাৰ্য   
   Summary assessment      সংক্ষেপ নিৰ্ধাৰণ (কৰ)      অসম চৰকাৰৰ প্ৰশাসনীয় পৰিভাষা - 1         দিগন্ত কুমাৰ ভট্টাচাৰ্য   
   Summary trial      সংক্ষিপ্ত বিচাৰ      অসম চৰকাৰৰ প্ৰশাসনীয় পৰিভাষা - 1         দিগন্ত কুমাৰ ভট্টাচাৰ্য   
   Summoning      ছমন কৰা, আহ্বান কৰা      অসম চৰকাৰৰ প্ৰশাসনীয় পৰিভাষা - 1         দিগন্ত কুমাৰ ভট্টাচাৰ্য   
   Summon      চমন      অসম চৰকাৰৰ প্ৰশাসনীয় পৰিভাষা - 1         দিগন্ত কুমাৰ ভট্টাচাৰ্য   
   Superannuation pension      অধিবৰ্ষ পেনচন       অসম চৰকাৰৰ প্ৰশাসনীয় পৰিভাষা - 1         দিগন্ত কুমাৰ ভট্টাচাৰ্য   
   Superintendence      অধীক্ষণ      অসম চৰকাৰৰ প্ৰশাসনীয় পৰিভাষা - 1         দিগন্ত কুমাৰ ভট্টাচাৰ্য   
   Superintending Engineer      অধীক্ষক অভিযন্তা      অসম চৰকাৰৰ প্ৰশাসনীয় পৰিভাষা - 1         দিগন্ত কুমাৰ ভট্টাচাৰ্য   
   Superintendent      অধীক্ষক      অসম চৰকাৰৰ প্ৰশাসনীয় পৰিভাষা - 1         দিগন্ত কুমাৰ ভট্টাচাৰ্য   
   Superintendent of Government Press      চৰকাৰী ছপাখানাৰ অধীক্ষক      অসম চৰকাৰৰ প্ৰশাসনীয় পৰিভাষা - 1         দিগন্ত কুমাৰ ভট্টাচাৰ্য   
   Superintendent of Excise      আবকাৰী অধীক্ষক      অসম চৰকাৰৰ প্ৰশাসনীয় পৰিভাষা - 1         দিগন্ত কুমাৰ ভট্টাচাৰ্য   
   Superintendent of Police      আৰক্ষী অধীক্ষক      অসম চৰকাৰৰ প্ৰশাসনীয় পৰিভাষা - 1         দিগন্ত কুমাৰ ভট্টাচাৰ্য   
   Superiority complex      শ্ৰেষ্ঠমন্যতা, উচ্চাত্মিকা      অসম চৰকাৰৰ প্ৰশাসনীয় পৰিভাষা - 1         দিগন্ত কুমাৰ ভট্টাচাৰ্য   
   Superintendent of Prison      কাৰা অধীক্ষক      অসম চৰকাৰৰ প্ৰশাসনীয় পৰিভাষা - 1         দিগন্ত কুমাৰ ভট্টাচাৰ্য   
   Superintendent of Post office      ডাক অধীক্ষক      অসম চৰকাৰৰ প্ৰশাসনীয় পৰিভাষা - 1         দিগন্ত কুমাৰ ভট্টাচাৰ্য   
   Supernatural      অতি প্ৰকৃত      অসম চৰকাৰৰ প্ৰশাসনীয় পৰিভাষা - 1         দিগন্ত কুমাৰ ভট্টাচাৰ্য   
   Superior authority      উচ্চ কৰ্তৃপক্ষ, অলৌকিক      অসম চৰকাৰৰ প্ৰশাসনীয় পৰিভাষা - 1         দিগন্ত কুমাৰ ভট্টাচাৰ্য   
   Supertax      অধিকৰ      অসম চৰকাৰৰ প্ৰশাসনীয় পৰিভাষা - 1         দিগন্ত কুমাৰ ভট্টাচাৰ্য   
   Superior      উচ্চ, উত্তম, ওপৰৱালা      অসম চৰকাৰৰ প্ৰশাসনীয় পৰিভাষা - 1         দিগন্ত কুমাৰ ভট্টাচাৰ্য   
   Supervisor      পৰ্য্যৱেক্ষক, তত্বাৱধায়ক      অসম চৰকাৰৰ প্ৰশাসনীয় পৰিভাষা - 1         দিগন্ত কুমাৰ ভট্টাচাৰ্য   
   Supplemantary      অনুপূৰক, পৰিপূৰক      অসম চৰকাৰৰ প্ৰশাসনীয় পৰিভাষা - 1         দিগন্ত কুমাৰ ভট্টাচাৰ্য   
   Supplemantary Budget      অনুপূৰক (পৰিপূৰক), আয়-ব্যয়ক, অনুপূৰক বাজেট      অসম চৰকাৰৰ প্ৰশাসনীয় পৰিভাষা - 1         দিগন্ত কুমাৰ ভট্টাচাৰ্য   
   Supplementery estimate      অনুপূৰক প্ৰাককলন      অসম চৰকাৰৰ প্ৰশাসনীয় পৰিভাষা - 1         দিগন্ত কুমাৰ ভট্টাচাৰ্য   
   Supplementery Grants      অনুপূৰক অনুদান      অসম চৰকাৰৰ প্ৰশাসনীয় পৰিভাষা - 1         দিগন্ত কুমাৰ ভট্টাচাৰ্য   

1   2   3   4   5   >>