অসমীয়া পৰিভাষা


শব্দ দিয়কঃ (ইংৰাজী/অসমীয়া)
বৰ্ণানুক্ৰমিক সন্ধান

English
Assamese
A   B   C    D   E    F   G   H   I   J   K   L   M   N   O   P   Q    R   S   T    U   V   W    X   Y   Z

ফেচবুকৰ 'অসমীয়াত কথা-বতৰা' আৰু 'অসমীয়া ৱিকি সমাজ' গোটৰ কিছু সদস্যৰ স্বেচ্ছামূলক অৱদানৰ দ্বাৰা অসমৰ প্ৰশাসনীয় পৰিভাষা আৰু অসম বিজ্ঞান সমিতিৰ দ্বাৰা প্ৰকাশিত বৈজ্ঞানিক পৰিভাষাৰ সমূহ শব্দ ইউনিকোডত লিপিবদ্ধ কৰা হৈছিল। এই ৱেবছাইটত সেই লিপিবদ্ধ কৰা পৰিভাষাসমূহ ছাৰ্ছ কৰি সহজে বিচাৰিব পৰাকৈ ৰখা হৈছে। অনুগ্ৰহ কৰি মন কৰিব, বানান আদিৰ পৰীক্ষা এতিয়াও চলি আছেই।

সন্ধানৰ ফলাফল
1   2   3   4   >>
ইংৰাজীঅসমীয়া প্ৰতিশব্দতথ্য উৎসইউনিকোড লিখন
   Sub Voucher      উপ-প্ৰমাণক, প্ৰমাণিত খণ্ড সচিব      অসম চৰকাৰৰ প্ৰশাসনীয় পৰিভাষা - 1         উদ্দীপ তালুকদাৰ   
   Stagnant Water      বন্ধপানী      অসম চৰকাৰৰ প্ৰশাসনীয় পৰিভাষা - 1         উদ্দীপ তালুকদাৰ   
   Sales Tax      বিক্ৰী কৰ      অসম চৰকাৰৰ প্ৰশাসনীয় পৰিভাষা - 1         দ্বিজেন মহন্ত   
   Super Tax      অধিকৰ      অসম চৰকাৰৰ প্ৰশাসনীয় পৰিভাষা - 1         দ্বিজেন মহন্ত   
   Subscription      বৰঙণি      অসম চৰকাৰৰ প্ৰশাসনীয় পৰিভাষা - 1         দিগন্ত কুমাৰ ভট্টাচাৰ্য    
   Subsequent      অনুৱৰ্তী      অসম চৰকাৰৰ প্ৰশাসনীয় পৰিভাষা - 1         দিগন্ত কুমাৰ ভট্টাচাৰ্য   
   Subside      প্ৰসীমিত হ, শাম কাট      অসম চৰকাৰৰ প্ৰশাসনীয় পৰিভাষা - 1         দিগন্ত কুমাৰ ভট্টাচাৰ্য   
   Subsidy      ৰাজ সাহায্য      অসম চৰকাৰৰ প্ৰশাসনীয় পৰিভাষা - 1         দিগন্ত কুমাৰ ভট্টাচাৰ্য   
   Subsidiary accounts      আনুসংগিত হিচাপ      অসম চৰকাৰৰ প্ৰশাসনীয় পৰিভাষা - 1         দিগন্ত কুমাৰ ভট্টাচাৰ্য   
   Subsidiary oeder      উপ আদেশ      অসম চৰকাৰৰ প্ৰশাসনীয় পৰিভাষা - 1         দিগন্ত কুমাৰ ভট্টাচাৰ্য   
   Substitute      বদলি, বদলি দে      অসম চৰকাৰৰ প্ৰশাসনীয় পৰিভাষা - 1         দিগন্ত কুমাৰ ভট্টাচাৰ্য   
   Substaniate      প্ৰমাণ কৰ      অসম চৰকাৰৰ প্ৰশাসনীয় পৰিভাষা - 1         দিগন্ত কুমাৰ ভট্টাচাৰ্য   
   Substitutuion      স্থানাপত্তি, প্ৰতিস্থাপন      অসম চৰকাৰৰ প্ৰশাসনীয় পৰিভাষা - 1         দিগন্ত কুমাৰ ভট্টাচাৰ্য   
   Substansive Law      মুলবিধি      অসম চৰকাৰৰ প্ৰশাসনীয় পৰিভাষা - 1         দিগন্ত কুমাৰ ভট্টাচাৰ্য   
   Sub-Treasury      উপকোষাগাৰ, চাব ট্ৰেজাৰী      অসম চৰকাৰৰ প্ৰশাসনীয় পৰিভাষা - 1         দিগন্ত কুমাৰ ভট্টাচাৰ্য   
   Suburb      নগৰোপকন্ঠ      অসম চৰকাৰৰ প্ৰশাসনীয় পৰিভাষা - 1         দিগন্ত কুমাৰ ভট্টাচাৰ্য   
   Suburban      উপ পৌৰ      অসম চৰকাৰৰ প্ৰশাসনীয় পৰিভাষা - 1         দিগন্ত কুমাৰ ভট্টাচাৰ্য   
   Succession      উত্তৰাধিকাৰ      অসম চৰকাৰৰ প্ৰশাসনীয় পৰিভাষা - 1         দিগন্ত কুমাৰ ভট্টাচাৰ্য   
   Succession Certificate      উত্তৰাধিকাৰ প্ৰমাণ পত্ৰ      অসম চৰকাৰৰ প্ৰশাসনীয় পৰিভাষা - 1         দিগন্ত কুমাৰ ভট্টাচাৰ্য   
   Suffrage      মতাধিকাৰ, ভোটাধিকাৰ      অসম চৰকাৰৰ প্ৰশাসনীয় পৰিভাষা - 1         দিগন্ত কুমাৰ ভট্টাচাৰ্য   
   Sugarcane      কুঁহিয়াৰ      অসম চৰকাৰৰ প্ৰশাসনীয় পৰিভাষা - 1         দিগন্ত কুমাৰ ভট্টাচাৰ্য   
   Sugarcane Farm      কুঁহিয়াৰ বাৰী      অসম চৰকাৰৰ প্ৰশাসনীয় পৰিভাষা - 1         দিগন্ত কুমাৰ ভট্টাচাৰ্য   
   Suggestion      ইংগিত, পৰামৰ্শ      অসম চৰকাৰৰ প্ৰশাসনীয় পৰিভাষা - 1         দিগন্ত কুমাৰ ভট্টাচাৰ্য   
   Suggestion false      মিথ্যা উক্তি      অসম চৰকাৰৰ প্ৰশাসনীয় পৰিভাষা - 1         দিগন্ত কুমাৰ ভট্টাচাৰ্য   
   Suicide      আত্মহত্যা, আপোনঘাতী হোৱা       অসম চৰকাৰৰ প্ৰশাসনীয় পৰিভাষা - 1         দিগন্ত কুমাৰ ভট্টাচাৰ্য   

1   2   3   4   >>