অসমীয়া পৰিভাষা


শব্দ দিয়কঃ (ইংৰাজী/অসমীয়া)
বৰ্ণানুক্ৰমিক সন্ধান

English
Assamese
A   B   C    D   E    F   G   H   I   J   K   L   M   N   O   P   Q    R   S   T    U   V   W    X   Y   Z

ফেচবুকৰ 'অসমীয়াত কথা-বতৰা' আৰু 'অসমীয়া ৱিকি সমাজ' গোটৰ কিছু সদস্যৰ স্বেচ্ছামূলক অৱদানৰ দ্বাৰা অসমৰ প্ৰশাসনীয় পৰিভাষা আৰু অসম বিজ্ঞান সমিতিৰ দ্বাৰা প্ৰকাশিত বৈজ্ঞানিক পৰিভাষাৰ সমূহ শব্দ ইউনিকোডত লিপিবদ্ধ কৰা হৈছিল। এই ৱেবছাইটত সেই লিপিবদ্ধ কৰা পৰিভাষাসমূহ ছাৰ্ছ কৰি সহজে বিচাৰিব পৰাকৈ ৰখা হৈছে। অনুগ্ৰহ কৰি মন কৰিব, বানান আদিৰ পৰীক্ষা এতিয়াও চলি আছেই।

সন্ধানৰ ফলাফল
<<   2   3   4   5  
ইংৰাজীঅসমীয়া প্ৰতিশব্দতথ্য উৎসইউনিকোড লিখন
   Navigable      নাব্য, নৌগম্য      অসম চৰকাৰৰ প্ৰশাসনীয় পৰিভাষা - 1         অভিজিত কলিতা   
   Net income      প্ৰকৃত আয়      অসম চৰকাৰৰ প্ৰশাসনীয় পৰিভাষা - 1         বনজিত্‍ পাঠক   
   Non-Official Allowance      বেচৰকাৰী ভাত্তা      অসম চৰকাৰৰ প্ৰশাসনীয় পৰিভাষা - 1         পংকজ নেওগ   
   Normal      সামান্য, স্বাভাৱিক, প্ৰকৃতিস্থ      অসম চৰকাৰৰ প্ৰশাসনীয় পৰিভাষা - 1         পংকজ নেওগ   
   National debt      জাতীয় ঋণ      অসম চৰকাৰৰ প্ৰশাসনীয় পৰিভাষা - 1         পংকজ নেওগ   
   Non-Gazetted officer      অৰাজপত্ৰিত বিষয়া      অসম চৰকাৰৰ প্ৰশাসনীয় পৰিভাষা - 1         পংকজ নেওগ   
   National Education      ৰাষ্ট্ৰীয় শিক্ষা      অসম চৰকাৰৰ প্ৰশাসনীয় পৰিভাষা - 1         পংকজ নেওগ   
   Non Criminal Lunatics      নিৰপৰাধিক উন্মাদ       অসম চৰকাৰৰ প্ৰশাসনীয় পৰিভাষা - 1         পংকজ নেওগ   

<<   2   3   4   5