অসমীয়া পৰিভাষা


শব্দ দিয়কঃ (ইংৰাজী/অসমীয়া)
বৰ্ণানুক্ৰমিক সন্ধান

English
Assamese
A   B   C    D   E    F   G   H   I   J   K   L   M   N   O   P   Q    R   S   T    U   V   W    X   Y   Z

ফেচবুকৰ 'অসমীয়াত কথা-বতৰা' আৰু 'অসমীয়া ৱিকি সমাজ' গোটৰ কিছু সদস্যৰ স্বেচ্ছামূলক অৱদানৰ দ্বাৰা অসমৰ প্ৰশাসনীয় পৰিভাষা আৰু অসম বিজ্ঞান সমিতিৰ দ্বাৰা প্ৰকাশিত বৈজ্ঞানিক পৰিভাষাৰ সমূহ শব্দ ইউনিকোডত লিপিবদ্ধ কৰা হৈছিল। এই ৱেবছাইটত সেই লিপিবদ্ধ কৰা পৰিভাষাসমূহ ছাৰ্ছ কৰি সহজে বিচাৰিব পৰাকৈ ৰখা হৈছে। অনুগ্ৰহ কৰি মন কৰিব, বানান আদিৰ পৰীক্ষা এতিয়াও চলি আছেই।

সন্ধানৰ ফলাফল
1   2   3  
ইংৰাজীঅসমীয়া প্ৰতিশব্দতথ্য উৎসইউনিকোড লিখন
   Judicial, Quasi      অৰ্ধ ন্যায়িক      অসম চৰকাৰৰ প্ৰশাসনীয় পৰিভাষা - 1         যামিনী অনুৰাগ   
   Judicial Service      ন্যায়িক সেৱা      অসম চৰকাৰৰ প্ৰশাসনীয় পৰিভাষা - 1         যামিনী অনুৰাগ   
   Judiciary      ন্যায়পালিকা, ন্যায়াধীশবৰ্গ      অসম চৰকাৰৰ প্ৰশাসনীয় পৰিভাষা - 1         যামিনী অনুৰাগ   
   Junction      সন্ধি, জংচন (railway)      অসম চৰকাৰৰ প্ৰশাসনীয় পৰিভাষা - 1         যামিনী অনুৰাগ   
   Junior      কণিষ্ঠ, অৱৰ      অসম চৰকাৰৰ প্ৰশাসনীয় পৰিভাষা - 1         যামিনী অনুৰাগ   
   Jurisdiction      অধিকাৰ ক্ষেত্ৰ, এলেকা      অসম চৰকাৰৰ প্ৰশাসনীয় পৰিভাষা - 1         যামিনী অনুৰাগ   
   Jurisprudence      বিধি শাস্ত্ৰ      অসম চৰকাৰৰ প্ৰশাসনীয় পৰিভাষা - 1         যামিনী অনুৰাগ   
   Jurist      বিধি বেত্তা, আইনজ্ঞ      অসম চৰকাৰৰ প্ৰশাসনীয় পৰিভাষা - 1         যামিনী অনুৰাগ   
   Juror      সপ্তজন, (anciant word) জুৰি      অসম চৰকাৰৰ প্ৰশাসনীয় পৰিভাষা - 1         যামিনী অনুৰাগ   
   Jury      সপ্তজনী      অসম চৰকাৰৰ প্ৰশাসনীয় পৰিভাষা - 1         যামিনী অনুৰাগ   
   Just and equitable      ন্যায্য আৰু সমুচিত      অসম চৰকাৰৰ প্ৰশাসনীয় পৰিভাষা - 1         যামিনী অনুৰাগ   
   Justice      ন্যায়, ন্যায়াধীশ      অসম চৰকাৰৰ প্ৰশাসনীয় পৰিভাষা - 1         যামিনী অনুৰাগ   
   Joint Committee      সংযুক্ত সমিতি      অসম চৰকাৰৰ প্ৰশাসনীয় পৰিভাষা - 1         পংকজ নেওগ   
   Jurisdiction and power of Court      ন্যায়ালয়ৰ অধিকাৰ ক্ষেত্ৰ আৰু ক্ষমতা      অসম চৰকাৰৰ প্ৰশাসনীয় পৰিভাষা - 1         পংকজ নেওগ   

1   2   3