অসমীয়া পৰিভাষা


শব্দ দিয়কঃ (ইংৰাজী/অসমীয়া)
বৰ্ণানুক্ৰমিক সন্ধান

English
Assamese
A   B   C    D   E    F   G   H   I   J   K   L   M   N   O   P   Q    R   S   T    U   V   W    X   Y   Z

ফেচবুকৰ 'অসমীয়াত কথা-বতৰা' আৰু 'অসমীয়া ৱিকি সমাজ' গোটৰ কিছু সদস্যৰ স্বেচ্ছামূলক অৱদানৰ দ্বাৰা অসমৰ প্ৰশাসনীয় পৰিভাষা আৰু অসম বিজ্ঞান সমিতিৰ দ্বাৰা প্ৰকাশিত বৈজ্ঞানিক পৰিভাষাৰ সমূহ শব্দ ইউনিকোডত লিপিবদ্ধ কৰা হৈছিল। এই ৱেবছাইটত সেই লিপিবদ্ধ কৰা পৰিভাষাসমূহ ছাৰ্ছ কৰি সহজে বিচাৰিব পৰাকৈ ৰখা হৈছে। অনুগ্ৰহ কৰি মন কৰিব, বানান আদিৰ পৰীক্ষা এতিয়াও চলি আছেই।

সন্ধানৰ ফলাফল
<<   3   4   5   6   7   8   9   >>
ইংৰাজীঅসমীয়া প্ৰতিশব্দতথ্য উৎসইউনিকোড লিখন
   Arson      গৃহদাহ অপৰাধ, ঘৰত জুই দিয়া অপৰাধ, অগ্নিসংযোগ অপৰাধ      অসম চৰকাৰৰ প্ৰশাসনীয় পৰিভাষা - 1         পংকজ নেওগ   
   Art      কলা, শিল্প, কৌশল      অসম চৰকাৰৰ প্ৰশাসনীয় পৰিভাষা - 1         পংকজ নেওগ   
   Articles of Association      সংঘৰ বিধি, সংঘবদ্ধতাৰ বিধি ব্যৱস্থা      অসম চৰকাৰৰ প্ৰশাসনীয় পৰিভাষা - 1         পংকজ নেওগ   
   Articles of Impeachment      মহাভিযোগৰ লেখ, ৰাজদ্ৰোহ অভিযুক্তিৰ নিয়ম বিধি      অসম চৰকাৰৰ প্ৰশাসনীয় পৰিভাষা - 1         পংকজ নেওগ   
   Articles      অনুচ্ছেদ      অসম চৰকাৰৰ প্ৰশাসনীয় পৰিভাষা - 1         পংকজ নেওগ   
   Articles of war      যুদ্ধ নিয়ম, সেনা-নিয়ম, সেনা-সংক্ৰান্ত নিয়ম-বিধি      অসম চৰকাৰৰ প্ৰশাসনীয় পৰিভাষা - 1         পংকজ নেওগ   
   Artisan      শিল্পী, কাৰিকৰ, কাৰু শিল্পী      অসম চৰকাৰৰ প্ৰশাসনীয় পৰিভাষা - 1         পংকজ নেওগ   
   Artisans and Agriculturist      শিল্পী আৰু কৃষক, কাৰু শিল্পী আৰু কাৰিকৰ আৰু কৃষক      অসম চৰকাৰৰ প্ৰশাসনীয় পৰিভাষা - 1         পংকজ নেওগ   
   Arts College      কলা মহাবিদ্যালয়      অসম চৰকাৰৰ প্ৰশাসনীয় পৰিভাষা - 1         পংকজ নেওগ   
   Aspect      দৃষ্টিকোণ      অসম চৰকাৰৰ প্ৰশাসনীয় পৰিভাষা - 1         পংকজ নেওগ   
   Asphalt      ধূসৰ জতু, আস্ফাল্ট, আলকতৰা      অসম চৰকাৰৰ প্ৰশাসনীয় পৰিভাষা - 1         পংকজ নেওগ   
   Assassination      হত্যা      অসম চৰকাৰৰ প্ৰশাসনীয় পৰিভাষা - 1         পংকজ নেওগ   
   Assault      প্ৰহাৰ, আক্ৰমণ      অসম চৰকাৰৰ প্ৰশাসনীয় পৰিভাষা - 1         পংকজ নেওগ   
   Assembly      সভা      অসম চৰকাৰৰ প্ৰশাসনীয় পৰিভাষা - 1         পংকজ নেওগ   
   Assembly Secretariat      বিধানসভা সচিবালয়, বিধান সচিবালয়      অসম চৰকাৰৰ প্ৰশাসনীয় পৰিভাষা - 1         পংকজ নেওগ   
   Assent      সন্মতি, সন্মতি প্ৰদান, সন্মতি দি, সন্মতি প্ৰদান কৰ      অসম চৰকাৰৰ প্ৰশাসনীয় পৰিভাষা - 1         পংকজ নেওগ   
   Assess      নিৰ্ধাৰণ কৰ (কৰ্, মূল্য্, আৱশ্যকতা আদি), নিৰ্ধাৰিত কৰ (কৰ্, মূল্য্, আৱশ্যকতা আদি)      অসম চৰকাৰৰ প্ৰশাসনীয় পৰিভাষা - 1         পংকজ নেওগ   
   Assessibility      নিৰ্ধাৰ্য্যতা      অসম চৰকাৰৰ প্ৰশাসনীয় পৰিভাষা - 1         পংকজ নেওগ   
   Assessed       নিৰ্ধাৰিত      অসম চৰকাৰৰ প্ৰশাসনীয় পৰিভাষা - 1         পংকজ নেওগ   
   Assessee      কৰদাতা, নিৰ্ধাৰণভুক্ত হওঁতা      অসম চৰকাৰৰ প্ৰশাসনীয় পৰিভাষা - 1         পংকজ নেওগ   
   Assessment      নিৰ্ধাৰণ (কৰ, মূল্য)      অসম চৰকাৰৰ প্ৰশাসনীয় পৰিভাষা - 1         পংকজ নেওগ   
   Assessor      নিৰ্ধাৰক, কৰ নিৰ্ধাৰক, পৰামৰ্শদাতা (বিচাৰ)      অসম চৰকাৰৰ প্ৰশাসনীয় পৰিভাষা - 1         পংকজ নেওগ   
   Assets      সম্পত্তি্      অসম চৰকাৰৰ প্ৰশাসনীয় পৰিভাষা - 1         পংকজ নেওগ   
   Ancient and Historical Monuments and Records      প্ৰাচীন আৰু ঐতিহাসিক স্মৃতিচিহ্ন আৰু লেখা      অসম চৰকাৰৰ প্ৰশাসনীয় পৰিভাষা - 1         পংকজ নেওগ   
   Animal      পশু, জন্তু      অসম চৰকাৰৰ প্ৰশাসনীয় পৰিভাষা - 1         পংকজ নেওগ   

<<   3   4   5   6   7   8   9   >>