অসমীয়া পৰিভাষা


শব্দ দিয়কঃ (ইংৰাজী/অসমীয়া)
বৰ্ণানুক্ৰমিক সন্ধান

English
Assamese
A   B   C    D   E    F   G   H   I   J   K   L   M   N   O   P   Q    R   S   T    U   V   W    X   Y   Z

ফেচবুকৰ 'অসমীয়াত কথা-বতৰা' আৰু 'অসমীয়া ৱিকি সমাজ' গোটৰ কিছু সদস্যৰ স্বেচ্ছামূলক অৱদানৰ দ্বাৰা অসমৰ প্ৰশাসনীয় পৰিভাষা আৰু অসম বিজ্ঞান সমিতিৰ দ্বাৰা প্ৰকাশিত বৈজ্ঞানিক পৰিভাষাৰ সমূহ শব্দ ইউনিকোডত লিপিবদ্ধ কৰা হৈছিল। এই ৱেবছাইটত সেই লিপিবদ্ধ কৰা পৰিভাষাসমূহ ছাৰ্ছ কৰি সহজে বিচাৰিব পৰাকৈ ৰখা হৈছে। অনুগ্ৰহ কৰি মন কৰিব, বানান আদিৰ পৰীক্ষা এতিয়াও চলি আছেই।

সন্ধানৰ ফলাফল
<<   2   3   4   5   6   7   8   >>
ইংৰাজীঅসমীয়া প্ৰতিশব্দতথ্য উৎসইউনিকোড লিখন
   Architect      স্থপতি, বস্তুকাৰ      অসম চৰকাৰৰ প্ৰশাসনীয় পৰিভাষা - 1         পংকজ নেওগ   
   Architecture      স্থাপত্য, স্থপতি-বিদ্যা      অসম চৰকাৰৰ প্ৰশাসনীয় পৰিভাষা - 1         পংকজ নেওগ   
   Arctic region      উত্তৰ মেৰু      অসম চৰকাৰৰ প্ৰশাসনীয় পৰিভাষা - 1         পংকজ নেওগ   
   Area      কালি, ক্ষেত্ৰ, ক্ষেত্ৰফল, অঞ্চল      অসম চৰকাৰৰ প্ৰশাসনীয় পৰিভাষা - 1         পংকজ নেওগ   
   Area of operation      কাৰ্য্যক্ষেত্ৰ      অসম চৰকাৰৰ প্ৰশাসনীয় পৰিভাষা - 1         পংকজ নেওগ   
   Armament      অস্ত্ৰ-শস্ত্ৰ, অস্ত্ৰীকৰণ      অসম চৰকাৰৰ প্ৰশাসনীয় পৰিভাষা - 1         পংকজ নেওগ   
   Argument      যুক্তি, তৰ্ক      অসম চৰকাৰৰ প্ৰশাসনীয় পৰিভাষা - 1         পংকজ নেওগ   
   Armed chair      আৰামী চকী      অসম চৰকাৰৰ প্ৰশাসনীয় পৰিভাষা - 1         পংকজ নেওগ   
   Arms      অস্ত্ৰ-শস্ত্ৰ      অসম চৰকাৰৰ প্ৰশাসনীয় পৰিভাষা - 1         পংকজ নেওগ   
   Arms Act      অস্ত্ৰ অধিনিয়ম, অস্ত্ৰ আইন      অসম চৰকাৰৰ প্ৰশাসনীয় পৰিভাষা - 1         পংকজ নেওগ   
   Armed force      সশস্ত্ৰ বাহিনী      অসম চৰকাৰৰ প্ৰশাসনীয় পৰিভাষা - 1         পংকজ নেওগ   
   Armistice      যুদ্ধবিৰতি      অসম চৰকাৰৰ প্ৰশাসনীয় পৰিভাষা - 1         পংকজ নেওগ   
   Arms and Ammunition      বন্দুক বাৰুদ      অসম চৰকাৰৰ প্ৰশাসনীয় পৰিভাষা - 1         পংকজ নেওগ   
   Army      সেনাবাহিনী      অসম চৰকাৰৰ প্ৰশাসনীয় পৰিভাষা - 1         পংকজ নেওগ   
   Arrack      তাড়ি, পচাই, মদ      অসম চৰকাৰৰ প্ৰশাসনীয় পৰিভাষা - 1         পংকজ নেওগ   
   Arraignment      অভিযোগ, অভিযুক্ত কৰণ      অসম চৰকাৰৰ প্ৰশাসনীয় পৰিভাষা - 1         পংকজ নেওগ   
   Arrangement      বিন্যাস, বন্দৱস্ত      অসম চৰকাৰৰ প্ৰশাসনীয় পৰিভাষা - 1         পংকজ নেওগ   
   Arrears      অৱশিষ্ট, বাকী, বকেয়া      অসম চৰকাৰৰ প্ৰশাসনীয় পৰিভাষা - 1         পংকজ নেওগ   
   Arrear list      বকেয়া লিষ্টি, , বাকীসূচী      অসম চৰকাৰৰ প্ৰশাসনীয় পৰিভাষা - 1         পংকজ নেওগ   
   Arrears of Pension       পেনচনৰ অৱশিষ্ট্, , পেনচনৰ বাকী      অসম চৰকাৰৰ প্ৰশাসনীয় পৰিভাষা - 1         পংকজ নেওগ   
   Arrest      গ্ৰেপ্তাৰ কৰ্‌, ৰোধ কৰ্‌, ধৰ্‌      অসম চৰকাৰৰ প্ৰশাসনীয় পৰিভাষা - 1         পংকজ নেওগ   
   Arrest and detention      প্ৰ-গ্ৰহণ আৰু নিৰোধ, গ্ৰেপ্তাৰ আৰু আটক, বন্দী কৰা আৰু আৱদ্ধ কৰা      অসম চৰকাৰৰ প্ৰশাসনীয় পৰিভাষা - 1         পংকজ নেওগ   
   Arrest without warrant      অধিপত্ৰবিহীন প্ৰ-গ্ৰহণ, বিনা ওৱাৰেন্ট গ্ৰেপ্তাৰ, পৰোৱানা বিহীন গ্ৰেপ্তাৰ      অসম চৰকাৰৰ প্ৰশাসনীয় পৰিভাষা - 1         পংকজ নেওগ   
   Arrogate      স্বয়ত্ত কৰ্‌, অনাধিকাৰ গ্ৰহণ কৰ্‌, বলেৰে ল      অসম চৰকাৰৰ প্ৰশাসনীয় পৰিভাষা - 1         পংকজ নেওগ   
   Arrogation of right      স্বায়ত্তীকৰণ, অনধিকাৰ গ্ৰহণ কৰ্‌, বলেৰে লৱণ, বলপূৰ্বক স্বত্ত গ্ৰহণ      অসম চৰকাৰৰ প্ৰশাসনীয় পৰিভাষা - 1         পংকজ নেওগ   

<<   2   3   4   5   6   7   8   >>