অসমীয়া পৰিভাষা


শব্দ দিয়কঃ (ইংৰাজী/অসমীয়া)
বৰ্ণানুক্ৰমিক সন্ধান

English
Assamese
A   B   C    D   E    F   G   H   I   J   K   L   M   N   O   P   Q    R   S   T    U   V   W    X   Y   Z

ফেচবুকৰ 'অসমীয়াত কথা-বতৰা' আৰু 'অসমীয়া ৱিকি সমাজ' গোটৰ কিছু সদস্যৰ স্বেচ্ছামূলক অৱদানৰ দ্বাৰা অসমৰ প্ৰশাসনীয় পৰিভাষা আৰু অসম বিজ্ঞান সমিতিৰ দ্বাৰা প্ৰকাশিত বৈজ্ঞানিক পৰিভাষাৰ সমূহ শব্দ ইউনিকোডত লিপিবদ্ধ কৰা হৈছিল। এই ৱেবছাইটত সেই লিপিবদ্ধ কৰা পৰিভাষাসমূহ ছাৰ্ছ কৰি সহজে বিচাৰিব পৰাকৈ ৰখা হৈছে। অনুগ্ৰহ কৰি মন কৰিব, বানান আদিৰ পৰীক্ষা এতিয়াও চলি আছেই।

সন্ধানৰ ফলাফল
1   2   3   4   5   6   >>
ইংৰাজীঅসমীয়া প্ৰতিশব্দতথ্য উৎসইউনিকোড লিখন
   Atomic Energy      পৰমাণু শক্তি      অসম চৰকাৰৰ প্ৰশাসনীয় পৰিভাষা - 1         পংকজ নেওগ   
   Atomic Energy Commission      পৰমাণু শক্তি আয়োগ      অসম চৰকাৰৰ প্ৰশাসনীয় পৰিভাষা - 1         পংকজ নেওগ   
   Attendance      উপস্থিতি      অসম চৰকাৰৰ প্ৰশাসনীয় পৰিভাষা - 1         পংকজ নেওগ   
   Attendant      সহৱৰ্তী অনুচৰ, পৰিচাৰক, পৰিচৰ্য্যাকাৰী      অসম চৰকাৰৰ প্ৰশাসনীয় পৰিভাষা - 1         পংকজ নেওগ   
   Attention      মনোযোগ      অসম চৰকাৰৰ প্ৰশাসনীয় পৰিভাষা - 1         পংকজ নেওগ   
   Attestation      প্ৰত্যায়ন      অসম চৰকাৰৰ প্ৰশাসনীয় পৰিভাষা - 1         পংকজ নেওগ   
   Attested      প্ৰত্যায়িত      অসম চৰকাৰৰ প্ৰশাসনীয় পৰিভাষা - 1         পংকজ নেওগ   
   Attorney      ন্যায়বাদী, এটৰ্নী      অসম চৰকাৰৰ প্ৰশাসনীয় পৰিভাষা - 1         পংকজ নেওগ   
   Attorney General      মহান্যায়বাদী, এটৰ্নী জেনেৰেল      অসম চৰকাৰৰ প্ৰশাসনীয় পৰিভাষা - 1         পংকজ নেওগ   
   Auction      নিলাম      অসম চৰকাৰৰ প্ৰশাসনীয় পৰিভাষা - 1         পংকজ নেওগ   
   Audience      শ্ৰোতামণ্ডলী, দৰ্শন      অসম চৰকাৰৰ প্ৰশাসনীয় পৰিভাষা - 1         পংকজ নেওগ   
   Audience Chamber      শ্ৰোতা কক্ষ, দৰ্শন কক্ষ      অসম চৰকাৰৰ প্ৰশাসনীয় পৰিভাষা - 1         পংকজ নেওগ   
   Audience Hall      শ্ৰোতা গৃহ      অসম চৰকাৰৰ প্ৰশাসনীয় পৰিভাষা - 1         পংকজ নেওগ   
   Auditorium      শ্ৰোতা গৃহ      অসম চৰকাৰৰ প্ৰশাসনীয় পৰিভাষা - 1         পংকজ নেওগ   
   Audit      হিচাপ পৰীক্ষা, লেখা পৰীক্ষা      অসম চৰকাৰৰ প্ৰশাসনীয় পৰিভাষা - 1         পংকজ নেওগ   
   Auditor      হিচাপ পৰীক্ষক, লেখা পৰীক্ষক      অসম চৰকাৰৰ প্ৰশাসনীয় পৰিভাষা - 1         পংকজ নেওগ   
   Audit Objection      হিচাপ পৰীক্ষকৰ আপত্তি, লেখা পৰীক্ষকৰ আপত্তি      অসম চৰকাৰৰ প্ৰশাসনীয় পৰিভাষা - 1         পংকজ নেওগ   
   Audit Certificate      হিচাপ-পৰীক্ষাৰ প্ৰমাণ-পত্ৰ, লেখা-পৰীক্ষাৰ প্ৰমাণ-পত্ৰ      অসম চৰকাৰৰ প্ৰশাসনীয় পৰিভাষা - 1         পংকজ নেওগ   
   Audit fees      লেখা-পৰীক্ষকৰ মাচুল বা ফিজ, হিচাপ পৰীক্ষাৰ মাচুল      অসম চৰকাৰৰ প্ৰশাসনীয় পৰিভাষা - 1         পংকজ নেওগ   
   Audit Procedure      হিচাপ পৰীক্ষাৰ পদ্ধতি      অসম চৰকাৰৰ প্ৰশাসনীয় পৰিভাষা - 1         পংকজ নেওগ   
   Audit requirements      হিচাপ পৰীক্ষকৰ প্ৰয়োজনীয় সমল      অসম চৰকাৰৰ প্ৰশাসনীয় পৰিভাষা - 1         পংকজ নেওগ   
   Auditor, Local Accounts, Assam      স্থানীয় লেখা পৰীক্ষক, অসম, স্থানীয় হিচাপ-পৰীক্ষক, অসম      অসম চৰকাৰৰ প্ৰশাসনীয় পৰিভাষা - 1         পংকজ নেওগ   
   Auditor's Certificate      লেখা পৰীক্ষকৰ প্ৰমাণ্-পত্ৰ, হিচাপ পৰীক্ষকৰ প্ৰমাণ পত্ৰ      অসম চৰকাৰৰ প্ৰশাসনীয় পৰিভাষা - 1         পংকজ নেওগ   
   Auditor General      মহালেখা পৰীক্ষক, হিচাপ পৰীক্ষাধিপতি      অসম চৰকাৰৰ প্ৰশাসনীয় পৰিভাষা - 1         পংকজ নেওগ   
   Auditor report      লেখা পৰীক্ষকৰ প্ৰতিবেদন, হিচাপ পৰীক্ষকৰ প্ৰতিবেদন      অসম চৰকাৰৰ প্ৰশাসনীয় পৰিভাষা - 1         পংকজ নেওগ   

1   2   3   4   5   6   >>