অসমীয়া পৰিভাষা


শব্দ দিয়কঃ (ইংৰাজী/অসমীয়া)
বৰ্ণানুক্ৰমিক সন্ধান

English
Assamese
A   B   C    D   E    F   G   H   I   J   K   L   M   N   O   P   Q    R   S   T    U   V   W    X   Y   Z

ফেচবুকৰ 'অসমীয়াত কথা-বতৰা' আৰু 'অসমীয়া ৱিকি সমাজ' গোটৰ কিছু সদস্যৰ স্বেচ্ছামূলক অৱদানৰ দ্বাৰা অসমৰ প্ৰশাসনীয় পৰিভাষা আৰু অসম বিজ্ঞান সমিতিৰ দ্বাৰা প্ৰকাশিত বৈজ্ঞানিক পৰিভাষাৰ সমূহ শব্দ ইউনিকোডত লিপিবদ্ধ কৰা হৈছিল। এই ৱেবছাইটত সেই লিপিবদ্ধ কৰা পৰিভাষাসমূহ ছাৰ্ছ কৰি সহজে বিচাৰিব পৰাকৈ ৰখা হৈছে। অনুগ্ৰহ কৰি মন কৰিব, বানান আদিৰ পৰীক্ষা এতিয়াও চলি আছেই।

সন্ধানৰ ফলাফল
1   2   3   4   >>
ইংৰাজীঅসমীয়া প্ৰতিশব্দতথ্য উৎসইউনিকোড লিখন
   Airway      আকাশী পথ      অসম চৰকাৰৰ প্ৰশাসনীয় পৰিভাষা - 1         মাধুৰীমা ঘৰফলীয়া   
   Authorised version      প্ৰাধিকৃত সংস্কৰণ      অসম চৰকাৰৰ প্ৰশাসনীয় পৰিভাষা - 1         উদ্দীপ তালুকদাৰ   
   Amusement Tax      আমোদ কৰ      অসম চৰকাৰৰ প্ৰশাসনীয় পৰিভাষা - 1         দ্বিজেন মহন্ত   
   Agricultural Society      কৃষক সমাজ      অসম চৰকাৰৰ প্ৰশাসনীয় পৰিভাষা - 1         বিতোপন দাস   
   All-India-Service (A.I.S.)      সৰ্বভাৰতীয় সেৱা (স, ভা, সে)      অসম চৰকাৰৰ প্ৰশাসনীয় পৰিভাষা - 1         বিতোপন দাস   
   Archaeological site      প্ৰত্নতাত্বিক স্থান      অসম চৰকাৰৰ প্ৰশাসনীয় পৰিভাষা - 1         বিতোপন দাস   
   Assistant Inspector General of Police      সহ মহা আৰক্ষী পৰিদৰ্শক      অসম চৰকাৰৰ প্ৰশাসনীয় পৰিভাষা - 1         প্ৰতিম প্ৰতাপ বৰুৱা   
   Assistant Superintendent of Police      সহ আৰক্ষী অধীক্ষক       অসম চৰকাৰৰ প্ৰশাসনীয় পৰিভাষা - 1         প্ৰতিম প্ৰতাপ বৰুৱা   
   Appointment Order      নিযুক্তি আদেশ, মকৰলি হুকুম      অসম চৰকাৰৰ প্ৰশাসনীয় পৰিভাষা - 1         মেদিনী নেওগ   
   Audit objection      লেখা পৰীক্ষকৰ আপত্তি, হিচাপ পৰীক্ষকৰ আপত্তি      অসম চৰকাৰৰ প্ৰশাসনীয় পৰিভাষা - 1         অনামিকা বৰুৱা   
   Ante-Natal works      প্ৰসৱৰ পূৰ্ব কৰ্ম      অসম চৰকাৰৰ প্ৰশাসনীয় পৰিভাষা - 1         অভিজিত কলিতা   
   Anti-Malaria Measures      মেলেৰিয়া প্ৰতিষেধক ব্যৱস্থা      অসম চৰকাৰৰ প্ৰশাসনীয় পৰিভাষা - 1         অনামিকা বৰুৱা   
   Arrear List      বাকী তালিকা, বকেয়া লিষ্টি      অসম চৰকাৰৰ প্ৰশাসনীয় পৰিভাষা - 1         ধীৰাজ কলিতা   
   Assets and Liabilities      সম্পতি আৰু ৠণ      অসম চৰকাৰৰ প্ৰশাসনীয় পৰিভাষা - 1         ধীৰাজ কলিতা   
   Assets and Liabilities      সম্পতি আৰু ৠণ      অসম চৰকাৰৰ প্ৰশাসনীয় পৰিভাষা - 1         ধীৰাজ কলিতা   
   Assistant Jailor      সহকাৰী কাৰাপাল, সহকাৰী বন্দীপাল, সহকাৰী জেইল দাৰোগা      অসম চৰকাৰৰ প্ৰশাসনীয় পৰিভাষা - 1         যামিনী অনুৰাগ   
   Agricultural Journal      কৃষি পত্ৰিকা      অসম চৰকাৰৰ প্ৰশাসনীয় পৰিভাষা - 1         যামিনী অনুৰাগ   
   Assets and Liabilities      সম্পত্তি আৰু দায়      অসম চৰকাৰৰ প্ৰশাসনীয় পৰিভাষা - 1         পংকজ নেওগ   
   Assets and Liability Return      সম্পত্তি আৰু দায়ৰ প্ৰবিৱৰণ      অসম চৰকাৰৰ প্ৰশাসনীয় পৰিভাষা - 1         পংকজ নেওগ   
   Assign      নিয়োজন, হস্তান্তৰ কৰ্‌, আৰোপ কৰ্‌, নিৰ্ধাৰণ কৰ      অসম চৰকাৰৰ প্ৰশাসনীয় পৰিভাষা - 1         পংকজ নেওগ   
   Assignee      স্বত্ব নিয়োগী      অসম চৰকাৰৰ প্ৰশাসনীয় পৰিভাষা - 1         পংকজ নেওগ   
   Assignment      নিয়োগ নিৰ্ধাৰণ, আৰোপকৰণ, হস্তান্তৰকৰণ      অসম চৰকাৰৰ প্ৰশাসনীয় পৰিভাষা - 1         পংকজ নেওগ   
   Assignor      নিয়োগকৰ্তা, আৰোপকাৰী, হস্তান্তৰকাৰী, নি্ৰ্ধৰাণকাৰী      অসম চৰকাৰৰ প্ৰশাসনীয় পৰিভাষা - 1         পংকজ নেওগ   
   Assimilation      আত্মীকৰণ, পৰিপাচন      অসম চৰকাৰৰ প্ৰশাসনীয় পৰিভাষা - 1         পংকজ নেওগ   
   Assistant      সহকাৰী, আমোলা      অসম চৰকাৰৰ প্ৰশাসনীয় পৰিভাষা - 1         পংকজ নেওগ   

1   2   3   4   >>